গুৱাহাটী,1 আগষ্ট: বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আমিনুল হক লস্কৰক সম্বৰ্ধনা । দলটোৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সম্বৰ্ধনা জনাই বিধানসভাৰ নৱ-নিৰ্বাচিত উপাধ্যক্ষ গৰাকীক ।
নৱ নিৰ্বাচিত উপাধ্যক্ষক সম্বৰ্ধনা ৰঞ্জিত কুমাৰ দাসৰ - বিজেপিৰ ৰাজ্যিক কাৰ্যালয়
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিধানসভাৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আমিনুল হক লস্কৰক সম্বৰ্ধনা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ।

নৱ নিৰ্বাচিত উপাধ্যক্ষক সম্বৰ্ধনা ৰঞ্জিত কুমাৰ দাসৰ
উল্লেখ্য য,বুধবাৰে অসম বিধান সভাত অনুষ্ঠিত হোৱা উপাধ্যক্ষ নিৰ্বাচনত বিনা-প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে সোনাইৰ বিধায়ক আমিনুল হক লস্কৰে ।