অসম

assam

By

Published : Jul 18, 2019, 7:19 PM IST

ETV Bharat / state

দিবাং নদীত নিৰ্মাণ কৰিব পৃথিৱীৰ বৃহৎ নদী বান্ধটো

কেবাটাও বিষয়ত কৃষক নেতা অখিল গগৈৰ সংবাদমেল ৷ দিবাং নদীত নিৰ্মাণ হ'বলগীয়া নদী বান্ধৰ বিৰোধিতা অখিল গগৈৰ ৷

পৃথিৱীৰ ভিতৰতে বৃহৎ নদী বান্ধ

গুৱাবাটী, 18 জুলাইঃ বৃহস্পতিবাৰে গুৱাহাটীৰ গান্ধী বস্তিত অখিল গগৈৰ সংবাদমেল ৷ কেন্দ্ৰীয় কেবিনেটে অৰুণাচলৰ অসমৰ দিবাং নদীত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ অনুমোদন জনোৱাৰ পিচতে সৰৱ হ'ল কৃষক নেতা অখিল গগৈ৷ যদিহে দিবাং নদীত বান্ধ নিৰ্মাণ কৰা হয় তেনেহ'লে সাংঘাতিক প্ৰভাৱ পৰিব ৷ কিয়নো পৃথিৱীৰ ভিতৰতে বৃহৎ নদী বান্ধ টোৰ পৰা সৰ্বপ্ৰথমে ক্ষতি হ'ব ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৷ এই কথা অখিল গগৈৰ ৷

দিবাং নদীত পৃথিৱীৰ বৃহৎ নদী বান্ধটো

ABOUT THE AUTHOR

...view details