অসম

assam

ETV Bharat / state

অখিল গগৈক দহ দিনৰ এন আই এৰ জিম্মালৈ প্ৰেৰণ - এন আই এৰ জিম্মা

অহা 26 ডিচেম্বৰত পুনৰ এন আই এৰ আদালতত হাজিৰ কৰা হ’ব অখিল গগৈক ৷ মঙলবাৰে যোৰহাটৰ পৰা বিমানযোগে গুৱাহাটীলৈ আনি এন আই এৰ আদালতত হাজিৰ কৰা হয় অখিল গগৈক ৷

Akhil Gogoi on ten days AIA custody
অখিল গগৈক দহ দিনৰ এ আই এ জিম্মালৈ প্ৰেৰণ

By

Published : Dec 17, 2019, 8:59 PM IST

গুৱাহাটী, 17 ডিচেম্বৰঃ অখিল গগৈক দহ দিনৰ বাবে এন আই এৰ জিম্মালৈ প্ৰেৰণ ৷ অহা 26 ডিচেম্বৰত পুনৰ তেখেতক এন আই এৰ আদালতত হাজিৰ কৰা হ’ব ৷ মঙলবাৰে যোৰহাটৰ পৰা বিমানযোগে গুৱাহাটীলৈ আনি এন আই এৰ আদালতত হাজিৰ কৰা হয় অখিল গগৈক ৷

অখিল গগৈক দহ দিনৰ এ আই এ জিম্মালৈ প্ৰেৰণ

উল্লেখ্য যে, ইউ এ পি এ'ৰ অধীনত ১২০ (বি) ১২৪ (এ)আৰু ১৫৩(এ) ১৫৩(বি) ধাৰাৰ লগতে ইউ এ পি এ(এ) সংলগ্ন ১৮/৩৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে কৃষক নেতাগৰাকীৰ বিৰুদ্ধে ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক ৷ আনহাতে,আদালত চৌহদত মোক প্ৰচণ্ড অত্যাচাৰ চলোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে কৃষক নেতাগৰাকীয়ে ৷

লগতে পঢ়ক- নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুত অসমীয়াৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details