অসম

assam

ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ অজিত কুমাৰ ভুঞাৰ - গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ অজিত কুমাৰ ভুঞাৰ

বুধবাৰে প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে অনুষ্ঠিত কৰা এক সংবাদমেলত অংশগ্ৰহণ কৰি বিভিন্ন দিশত আলোকপাত নৱ নিযুক্ত সাংসদ অজিত কুমাৰ ভুঞাই ৷

সংবাদমেলত অংশগ্ৰহণ অজিত কুমাৰ ভুঞাৰ
সংবাদমেলত অংশগ্ৰহণ অজিত কুমাৰ ভুঞাৰ

By

Published : Mar 18, 2020, 9:48 PM IST

গুৱাহাটী, 18 মাৰ্চঃ গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে অনুষ্ঠিত কৰা এক সংবাদমেলত অংশগ্ৰহণ কৰে অজিত কুমাৰ ভুঞাই ৷ সংবাদমেলত অংশগ্ৰহণ কৰি সাংবাদিক হিচাপে তেওঁ যিখিনি কৰিছিল এতিয়া সীমাবদ্ধতাৰ মাজেৰে সাংসদ হৈ কৰিবলৈ ওলাইছে বুলি প্ৰকাশ কৰে ৷ যাৰ বাবে অসম বাসীকো ধন্যবাদ জনায় বিশিষ্ট সাংবাদিক তথা ৰাজ্য সভাৰ বিজয়ী প্ৰাৰ্থী অজিত কুমাৰ ভুঞাই ৷ লগতে নিৰ্বাচনত নিজ প্ৰাৰ্থিত্ব আগবঢ়োৱাটো তেওঁৰ বহু পুৰণি সিদ্ধান্ত বুলি মন্তব্য কৰে ৰাজ্যসভাৰ বিজয়ী প্ৰাৰ্থী গৰাকীয়ে ৷

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ অজিত কুমাৰ ভুঞাৰ

ABOUT THE AUTHOR

...view details