বিজেপিত যোগদান অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োৰ - গুৱাহাটী
বুধবাৰে বিজেপিত যোগ দিলে অগপৰ বিধায়িকা ৰেখাৰাণী দাস বড়োৱে। হেঙেৰাবাৰীত বিজেপিৰ কাৰ্যালয়ত যোগ দিলে প্ৰাক্তন বিধায়িকাগৰাকীয়ে।

বিজেপিত যোগদান অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োৰ
গুৱাহাটী, 21 আগষ্টঃ বিজেপিত যোগদান অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োৰ ৷ কংগ্ৰেছৰ সমান্তৰালকৈ অগপতো খহনীয়া। বুধবাৰে বিজেপিত যোগ দিলে অগপৰ বিধায়িকা ৰেখাৰাণী দাস বড়োৱে। হেঙেৰাবাৰীৰ বিজেপিৰ কাৰ্যালয়ত যোগ দিলে প্ৰাক্তন বিধায়িকাগৰাকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিত যোগদান কৰে প্ৰাক্তন অগপ বিধায়িকা ৰেখাৰাণী দাস বড়োৱে।
বিজেপিত যোগদান অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োৰ