জাহ্নৱী শইকীয়াৰ অধিবক্তাৰ ভাষ্য-
- 14 দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে
- কিন্তু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 10 দিনৰ জিম্মাত দিছে আৰক্ষীক
- পৰিয়াল বৰ্গ আৰু উকীলক লগ কৰিব পাৰিব দুয়ো গৰাকী অভিযুক্তই
- 48 ঘণ্টাৰ মূৰে মূৰে চিকিৎসা আৰু খোৱাৰ সকলো সুবিধা দিয়াৰ অনুৰোধ গ্ৰহণ আদালতৰ
- জাহ্নৱী শইকীয়াৰ শাৰীৰিক অৱস্থা শোচনীয় হোৱাৰ বাবে বিশেষ চিকিৎসাৰ অনুমোদন জনালে আদালতে