অসম

assam

ETV Bharat / state

মহানগৰীত যাত্ৰীবাহী বাছত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা - গুৱাহাটী

ভুক্তভোগী যুৱতীগৰাকীয়ে লম্পট যুৱকগৰাকীৰ বিৰুদ্ধে তৰিছে গোচৰ।

আদাবাৰীত যাত্ৰীবাহী বাছত যুৱতীক শ্লীলতা হানি

By

Published : Mar 6, 2019, 2:09 PM IST


গুৱাহাটী,৬ মাৰ্চঃ গুৱাহাটী আদাবাৰীত যাত্ৰীবাহী বাছত যুৱতীক শ্লীলতা হানিৰ চেষ্টাএটা লম্পটৰ । বাছৰ ভিতৰতে যুৱতীক গুপ্তাংগপ্ৰদৰ্শন কৰে জল পৰিবহণ বিভাগৰএজন কৰ্মীয়ে।

আদাবাৰীত যাত্ৰীবাহী বাছত যুৱতীক শ্লীলতা হানি

ইতিমধ্যে লম্পট যুৱকজনক ৰাইজে উত্তম মধ্যম শোধাই গতাই দিছেজালুকবাৰী আৰক্ষীক ।

ধৃত যুৱকজনৰ নাম নন্দন মণ্ডল ।ভুক্তভোগী যুৱতী গৰাকীয়ে লম্পট নন্দনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

ABOUT THE AUTHOR

...view details