অসম

assam

ETV Bharat / state

আৰু মাথো কেইটামান ঘণ্টা বাকী....কি ক'লে এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই !!!

"এন আৰ চিৰ গোচৰটো 10 বছৰে চলিল উচ্চতম ন্যায়ালয়ৰ মজিয়াত । কাইলৈ যিখন ওলাব সেইখন আংশিক খচৰাহে ৷ লগতে যি সকলৰ নাম এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাহে তেওঁলোকে চিন্তা কৰিব নালাগে । কাৰণ 120 দিন সময় দিছে চৰকাৰে । যাৰ বাবে অসমত তেওঁলোকে আৰু 30 বছৰ ধৰি থাকিব পাৰিব ।"- এই মন্তব্য এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ

By

Published : Aug 30, 2019, 5:13 PM IST

কি ক'লে এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই !!!

গুৱাহাটী,30আগষ্টঃ 31 আগষ্ট শনিবাৰে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা । বছৰ বছৰ ধৰি প্ৰতিজন অসমীয়াই বাট চাই থকা নাগৰিকপঞ্জীক লৈ সকলোৰে যেন অধীৰ উৎকন্ঠা । কিন্তু প্ৰকাশ পাবলগীয়া এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা সন্দৰ্ভত নাগৰিক পঞ্জীৰ বাবে যুঁজ দিয়া এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই কি ক'লে ? চাওক ই টিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰতঃ

কি ক'লে এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই !!!

ABOUT THE AUTHOR

...view details