অসম

assam

ETV Bharat / state

জাতীয়তাবাদী নেতা আব্দুল মান্নানৰ দেহাৱসান

দীৰ্ঘদিন ধৰি এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল নেতাগৰাকী

নেতা আব্দুল মান্নানৰ দেহাৱসান

By

Published : Mar 3, 2019, 8:42 PM IST

গুৱাহাটী, ৩ মাৰ্চ :জাতীয়তাবাদী নেতা তথা অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা নেতা আব্দুল মান্নানৰ দেহাৱসান । দুটাকৈ কিডনী বিকল হৈ ৭২বছৰ বয়সত মৃত্যুক সাৱতি লয় নেতাগৰাকীয়ে ।বিগত এমাহৰ পৰা বৰাগাঁওস্থিত এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন আছিল তেওঁ । মৃত্যুৰ সময়ত পুত্ৰ, কন্যাকে ধৰি আৰু দুজক ককায়েকক এৰি থৈ যায় তেওঁ । দেওবাৰে বৰপেটা ৰোডৰ নিজ বাসভৱনত জানাজা সম্পন্ন কৰা হ'ব নেতাগৰাকীৰ ।

নেতা আব্দুল মান্নানৰ দেহাৱসান

ABOUT THE AUTHOR

...view details