আৰম্ভ হ'ল এন আৰ চিৰ দাবী-অপত্তিৰ শুনানি - নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা
কেন্দ্ৰসমূহত ৰাইজৰ দীঘলীয়া শাৰী
![আৰম্ভ হ'ল এন আৰ চিৰ দাবী-অপত্তিৰ শুনানি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2456742-1106-3f05dd40-7dc2-4271-ba18-94ca80fdd6a2.jpg)
আৰম্ভ হ'ল এন আৰ চি উন্নীতকৰণৰ দাবী-অপত্তিৰ শুনানি
গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ দাবী-আপত্তিৰ শুনানি। প্ৰথম দিনটোতে শুনানি কেন্দ্ৰসমূহত পৰিলক্ষিত হৈছে ৰাইজৰ দীঘলীয়া শাৰী।
আৰম্ভ হ'ল এন আৰ চি উন্নীতকৰণৰ দাবী-অপত্তিৰ শুনানি