গুৱাহাটী, 11 জানুৱাৰী: প্ৰতিবেদন অনুসৰি অহা 13 জানুৱাৰীত আয়োজন কৰা হৈছে বিধানসভাৰ এক বিশেষ অধিৱেশন ৷ বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই সদৰী কৰা তথ্য অনুসৰি অনুসূচিত জাতি আৰু জনজাতিৰ সা সুবিধাৰ ম্যাদ 10 বছৰৰ বাবে বৃদ্ধি কৰা প্ৰসংগত আয়োজন কৰা হৈছে এই অধিৱেশন ৷ কিয়নো তেওঁলোকে লাভ কৰা সুবিধা সমূহৰ ম্যাদ ইতিমধ্যে ওকলি গৈছে ৷
১৩ জানুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন - বিধানসভাৰ প্ৰধান সচিব
অনুসূচিত জাতি আৰু জনজাতিৰ ওকলি যোৱা ম্যাদ 10 বছৰলৈ বৃদ্ধিৰ প্ৰসংগৰে,13 জানুৱাৰীত অনুষ্ঠিত হ'ব বিধানসভাৰ এক বিশেষ অধিৱেশন ৷
অসম বিধানসভাৰ বিশেষ অধিৱেশন