অসম

assam

By

Published : Dec 10, 2019, 11:46 PM IST

ETV Bharat / state

একলা চলো ৰে : মহানগৰীৰ ৰাজপথত বেনিষাৰ নীৰৱ প্ৰতিবাদ

বিধেয়কৰ বিৰুদ্ধে বেনিষাৰ নিৰৱ প্ৰতিবাদ ৷ মহানগৰীৰৰ ৰাজপথত বিধেয়কৰ বিৰোধিতাৰে হাতত বেনাৰ লৈ নীৰৱে প্ৰতিবাদ কৰিলে বেনিষাই। প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এই চৰকাৰে বেনিষাৰ দৰে নীৰৱ প্ৰতিবাদকাৰীৰ ভাষা বুজি পাব নে ?

বেনাৰ লৈ নীৰৱে প্ৰতিবাদ
বেনাৰ লৈ নীৰৱে প্ৰতিবাদ

গুৱাহাটী, 10 ডিচেম্বৰ: সকলোৰে প্ৰতিবাদী কন্ঠ পৃথককিন্তু উদ্দেশ্য একেতাই কোনোৱে যদি সংবাদ মাধ্যমৰ আগত শ্লোগান দিছে , আন কোনোৱে ৰাজপথলৈ ওলাই আহিছে ৷ মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ এই ছাত্ৰীগৰাকীও ওলাই আহিল বিধেয়কৰ বিৰুদ্ধে নীৰৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ । মহানগৰীৰৰ ৰাজপথত বিধেয়কৰ বিৰোধিতাৰে হাতত বেনাৰ লৈ নীৰৱে প্ৰতিবাদ কৰিলে বেনিষাই। প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰখনে বুজি পাব নে এই নীৰৱ প্ৰতিবাদকাৰীৰ ভাষা ? নে ইমানৰ পিচতো বুধবাৰে ৰাজ্যসভাত গৃহীত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক..

বেনাৰ লৈ নীৰৱে প্ৰতিবাদ বেনিষাৰ

ABOUT THE AUTHOR

...view details