অসম

assam

ETV Bharat / state

আইনী বাধা আতৰিল ৯০০০ হাজাৰ টেট শিক্ষক পদ নিযুক্তিৰ - tet teacher madrasa

নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষকৰ বাবে আছিল এই পদসমূহ।

৯০০০ হাজাৰ টেট শিক্ষক পদ নিযুক্তিৰ
৯০০০ হাজাৰ টেট শিক্ষক পদ নিযুক্তিৰ

By

Published : Mar 20, 2020, 11:04 PM IST

গুৱাহাটী, 20 মাৰ্চঃআইনী বাধা আতৰিল ৯০০০ হাজাৰ টেট শিক্ষক পদ নিযুক্তিৰ ৷ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে পূৰ্বৰ স্থগিতাদেশৰ নিৰ্দেশ। 9000 হাজাৰ শিক্ষক পদৰ নিযুক্তিক লৈ ২০১৮ বৰ্ষত বিজ্ঞাপন দিছিল চৰকাৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষকৰ বাবে আছিল এই পদসমূহ। ন্যায়ালয়ে পূৰ্বৰ স্থগিতাদেশ খাৰিজ কৰাৰ পাছতে অধিবক্তা এ আৰ ভূঞাই জানিবলৈ দিয়ে যে মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীক আৱেদন কৰিবলৈ দিয়া নাছিল চৰকাৰে। ইয়াৰ পাছতেই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী আৰু পৰৱৰ্তী সময়ত মাদ্ৰাছা টেট প্ৰাৰ্থীৰ গোচৰ নিযুক্তিত স্থগিতাদেশ দিছিল উচ্চ ন্যায়ালয়ে।

৯০০০ হাজাৰ টেট শিক্ষক পদ নিযুক্তিৰ
আনহাতে গোচৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত ৩৫০ টা পদ সংৰক্ষণৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

ABOUT THE AUTHOR

...view details