অসম

assam

ETV Bharat / state

আজি বিশিষ্ট কবি নীলমণি ফুকনৰ 86 সংখ্যক ওপজা দিন... - ডিব্ৰুগড় বিশ্ববিদ্যালয়

1933 চনৰ 10 ছেপ্টেম্বৰত দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট কবি গৰাকীয়ে

বিশিষ্ট কবি নীলমণি ফুকনৰ 68 সংখ্যক ওপজা দিন...

By

Published : Sep 10, 2019, 3:19 PM IST

গুৱাহাটী, 10 ছেপ্টেম্বৰঃআজি বিশিষ্ট কবি নীলমণি ফুকনৰ 86 সংখ্যক ওপজা দিন ৷1933 চনৰ 10 ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ দিনটোত দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট কবি গৰাকীয়ে৷

বিশিষ্ট কবি নীলমণি ফুকনৰ 86 সংখ্যক ওপজা দিন

কবিতাৰ জৰিয়তে কবি নীলমণি ফুকনে ৰাইজক দি গৈছে জীয়াই থকাৰ সুবাস ৷সমাজৰ বাস্তৱ ছবিক কবিতাৰ ছন্দত আঁকিছিল প্ৰবীণ কবি গৰাকীয়ে৷ উল্লেখ্য যে সাহিত্য জগতত আগবঢ়োৱা অৱদানৰ বাবে শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কবি গৰাকীক প্ৰদান কৰে 'ডি লীট' ডিগ্ৰী । অসমৰ সাহিত্যজগতত এক নতুন ধাৰাৰ সূচনা কৰা কবিগৰাকীক আজি তেওঁৰ জন্মদিনত সকলোৱে অলেখ শুভকামনা জনাইছে৷ কলম আৰু কাগজকে সংগী কৰি আধা জীৱন পাৰ কৰা এইগৰাকী মহান কবিলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা৷

ABOUT THE AUTHOR

...view details