অসম

assam

ETV Bharat / state

হীৰেন গোহাঁইৰ জন্মদিন উপলক্ষে বিশেষ অনুষ্ঠান

0টা বসন্ত অতিক্ৰম কৰা ড0 হীৰেন গোহাঁইৰ জন্ম দিন এপ্ৰিল মাহত আছিল যদিও দেওবাৰে বুদ্ধিজীৱীগৰাকীক অভিনন্দন জনাবলৈ আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ অনুষ্ঠানত উপস্থিত থাকে নিৰুপমা বৰগোহাঞি, হৰেকৃষ্ণ ডেকা আৰু উদয়াদিত্য ভৰালীৰ লগতে হীৰেন গোহাঁইৰ গুণমুগ্ধসকল ।

বিবেকানন্দ প্ৰেক্ষাগৃহত উদযাপন ডঃ হীৰেন গোহাঁইৰ 80 সংক্ষক জন্মদিন

By

Published : May 5, 2019, 9:12 PM IST

গুৱাহাটী, 5 মে’: দেওবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইৰ জন্মদিন । 80টা বসন্ত অতিক্ৰম কৰা ড0 হীৰেন গোহাঁইৰ জন্ম দিন এপ্ৰিল মাহত আছিল যদিও দেওবাৰে বুদ্ধিজীৱীগৰাকীক অভিনন্দন জনাবলৈ আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ অনুষ্ঠানত উপস্থিত থাকে নিৰুপমা বৰগোহাঞি, হৰেকৃষ্ণ ডেকা আৰু উদয়াদিত্য ভৰালীৰ লগতে হীৰেন গোহাঁইৰ গুণমুগ্ধসকল ।

বিবেকানন্দ প্ৰেক্ষাগৃহত উদযাপন ডঃ হীৰেন গোহাঁইৰ 80 সংক্ষক জন্মদিন

ABOUT THE AUTHOR

...view details