গুৱাহাটী 19 এপ্ৰিল:ৰাজ্যৰ আৰু ৪জন ক'ভিড-১৯ত আক্ৰান্ত ৰোগী বৰ্তমান সম্পূৰ্ণ সুস্থ। দেওবাৰে পানবজাৰস্থিতমহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰপৰা মুকলি কৰি দিয়া হ'ল চাৰিজন ব্যক্তিক। ইয়াৰে এজন উত্তৰ প্ৰদেশ,এজন দক্ষিণ শালমাৰা,এজন বকো আৰু আনজন জাগীৰোডৰ বাসিন্দা।
মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চাৰিজনকৈ কৰ'ণা আক্ৰান্ত ৰোগী সুস্থ - 4-corona-patient-relese-mmc assam health dept etv bharat news
ৰাজ্যৰ আৰু চাৰিজন ক'ভিড-১৯ত আক্ৰান্ত ৰোগী বৰ্তমান সম্পূৰ্ণ সুস্থ৷ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ৷
মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চাৰি জনকৈ কৰ'ণা আক্ৰান্ত ৰোগী সুস্থ
বৰ্তমান এওঁলোক সম্পূৰ্ণ সুস্থ বুলি মন্তব্য কৰেমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই আটাইকেইজন ৰোগীক ১৪ দিনৰ বাবে ৰখা হ'ব কোৱাৰেন্টাইন চেন্টাৰত । কিন্তু বৰ্তমান সাধাৰণ লোকৰ দৰেই ঘূৰিব পাৰিব এই কেইগৰাকী লোক। উল্লেখযোগ্য যে বৰ্তমানলৈ ৰাজ্যত ১৬গৰাকীকৈ ৰোগী সম্পূৰ্ণ সুস্থ উঠিছে। তাৰোপৰি এই দুই এদিনতে কেইবাজনো কৰ'ণা আক্ৰান্ত ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে।
লগতে পঢক ঃমাস্ক পৰিধান নকৰা বাবে বিশেষভাৱে সক্ষম পুত্ৰক হত্যা পিতৃৰ
Last Updated : Apr 19, 2020, 7:40 PM IST