- বৃহস্পতিবাৰে নলবাৰীত দুৰ্বৃত্তই আক্ৰমণ কৰে সাংবাদিক ৰাজেন ডেকাক
- সাংবাদিকজনৰ আক্ৰমণৰ ঘটনাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তীব্ৰ গৰিহণা
- ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ বাৰ্তালাপ
- আৰক্ষীৰ তদন্ত অব্যাহত
- উল্লেখ্য যে, ৰাজেন ডেকা সদৌ অসম সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি তথা দৈনিক অসমৰ সাংবাদিক
সাংবাদিক ৰাজেন ডেকা আৰু উপাসনা শৰ্মা আক্ৰমণৰ ঘটনাক মুখ্যমন্ত্ৰীৰ তীব্ৰ গৰিহণা
ঘটনা সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ বাৰ্তালাপ ।
নলবাৰীত দুৰ্বৃত্তই আক্ৰমণ কৰে সাংবাদিক ৰাজেন ডেকাক
লগতে পঢ়ক- মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক