গুৱাহাটী, 1 জুন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডাঃ ভুৱেনশ্বৰ বৰুৱা ছাত্ৰাবাসত কোৱাৰেইন্টাইন হৈ থকা ৩০ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছ । এই ছাত্ৰাবাসটোত আছিল 98 জনৰ লোক। কুৱেইটৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসটোত কোৱাৰেইন্টাইন হৈছিল তেওঁলোক।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ক'ভিড-19 ৰোগী ! - gauhati university
গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৱাৰেইন্টাইন চেন্টাৰত ৩০গৰাকী ক'ভিড আক্ৰান্ত ৷ 30 গৰাকীকৈ কোৱাৰেন্টাইন হৈ থকা ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ ৷
gauhati university
শেহতীয়াকৈ স্বাৱ পৰীক্ষাত 30 জন লোক ক'ভিড-19 ধৰা পৰিছে । ইফালে কৰ'ণা আক্ৰান্তসকলক জাগীৰোড ক'ভিড হাস্পতাললৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : আনল'ক ১ঃ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা ঘোষণা