ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড
ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড ৷ তিনিচুকীয়াৰ ন-পুখুৰীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷
কেৰালাৰ বিমান দুৰ্ঘটনা : প্ৰায় 19 জনৰ প্ৰাণহানি
কেৰালাৰ কোজিকোডেত ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত 18 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হ'ল বহু কেইগৰাকী ৷
২০২১ তো বাহাল থাকিব বিজেপি-অগপৰ মিত্ৰতা: অতুল বৰা
ৰাজ্যত কেইবাটাও নতুন আঞ্চলিক ৰাজনৈতিক শক্তিয়ে সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে যদিও অগপক কোনো ধৰণে প্ৰভাৱিত কৰিব নোৱাৰে ৷ ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সমাগত নিৰ্বাচনৰ বিষয়ে এনে বহুতো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷
ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত
ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত ধেমাজি,বাক্সা,চিৰাং,কোকৰাঝাৰ,কামৰূপ (মহানগৰ) আৰু মৰিগাঁৱৰ বহু অঞ্চল এতিয়া আছে বাঢ়নী পানীৰ তলত। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বিভিন্ন নৈপৰীয়া অঞ্চলত তাণ্ডৱ অব্যাহত আছে গৰাখহনীয়াৰ ৷
বিলুপ্তপ্ৰায় পক্ষীৰ বিচৰণ বাক্সাত
বিবিধ প্ৰজাতিৰ চৰাইৰ মাতেৰে মুখৰিত হৈ পৰিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ মটঙাচক ৷ বিভিন্ন প্ৰজাতিৰ পক্ষী বিলুপ্ত হোৱাৰ সময়তে অঞ্চলটোৰ বাসিন্দা ৰহিনী ব্ৰহ্ম নামৰ লোকজনৰ বাঁহ গছত আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতি বগলী আৰু পানী কাউৰী চৰায়ে ৷