অসম

assam

ETV Bharat / state

জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ আত্মহনন সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ - জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ আত্মহনন

মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৫৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু হৈছে জালুকবাৰী আৰক্ষী চকীত।

ফেশ্বন ডিজাইনাৰৰ আত্মহনন সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ
ফেশ্বন ডিজাইনাৰৰ আত্মহনন সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ

By

Published : Jan 13, 2020, 10:20 PM IST

গুৱাহাটী 13 জানুৱাৰী: গুৱাহাটীৰ জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক আত্মহননৰ পিছতে উদঘাটন হৈছে ন ন তথ্য। শনিবাৰে নিশা বন্ধু আৰু প্ৰেমিকৰ সৈতে নৈশ পাৰ্টি কৰিছিল যুৱতীগৰাকীয়ে । মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৫৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু হৈছে জালুকবাৰী আৰক্ষী চকীত । আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক দীপাংকৰ দাস, প্ৰেমিকৰ ভাতৃ মুন দাস আৰু বন্ধু ছফিকুল খানক । তিনিওকে সোধা পোছা কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । দেওবাৰে ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ ।

জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ আত্মহনন সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details