টীয়ক,22 এপ্ৰিল:টীয়কৰ কাকজান আৰন্ধৰা গাঁৱত এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ কাকজান নদীৰ পানী -জুৱলীত ওপঙি আছিল মৃতদেহটো ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত লাহদৈগড় আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ উল্লেখ্য যে এই পৰ্যন্ত কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই মৃত যুৱকজনৰ ৷
টীয়কৰ কাকজান নদীত উদ্ধাৰ অচিনাক্ত মৃতদেহ - kakojan river in Teok
কাকজান নদীৰ পানী-জুৱলীত ওপঙি আছিল মৃতদেহটো ৷
টীয়কৰ কাকজান নদীত উদ্ধাৰ অচিনাক্ত মৃতদেহ