যোৰহাট,17 ডিচেম্বৰঃ যোৰহাট জিলাৰ মৰিয়নীৰ নকছাৰিৰ ৰিংকু আগৰৱালা নামৰ এজন বণিক গোষ্ঠীৰ লোকে এজন থলুৱা খাটি খোৱা অসমীয়া লোকক অশালীন মন্তব্য কৰাৰ লগতে বিভিন্ন ধৰণে অপদস্থ কৰিছিল ৷ তাৰ পিচতে জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা অসমৰ নকছাৰি আঞ্চলিক সমিতি ৷
অসমীয়াক অপদস্থঃ অনা অসমীয়া ব্যৱসায়ীক সকিয়নী বীৰ লাচিত সেনাৰ - অসমীয়াক অপদস্থঃ অনাঅসমীয়া ব্যৱসায়ীক সকিয়নী বীৰ লাচিত সেনাৰ
বৃহস্পতিবাৰে নকছাৰি চাৰিআলিৰত তথা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ তললৈ ৰিংকু আগৰৱালা নামৰ ব্যক্তিজনক মাতি আনি কাণত ধৰাই আৰু তিনি দিনলৈ তেওঁৰ দোকান বন্ধ কৰি দিয়ে বীৰ লাচিত সেনা অসমে ৷
অসমীয়াক অপদস্থঃ অনাঅসমীয়া ব্যৱসায়ীক সকিয়নী বীৰ লাচিত সেনাৰ
বৃহস্পতিবাৰে নকছাৰি চাৰিআলিৰত তথা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ তলত ৰিংকু আগৰৱালা নামৰ ব্যক্তিজনক মাতি আনি কাণত ধৰাই আৰু তিনি দিনলৈ তেওঁৰ দোকান বন্ধ কৰি দিয়ে বীৰ লাচিত সেনা অসমে ৷ আনহাতে অনাগত দিনত অসমৰ খিলঞ্জীয়া সৰ্বসাধাৰণ লোকক এনে কাৰ্য আৰু মন্তব্যৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়নী প্ৰদান কৰে সংগঠনটোৱে।
লগতে পঢ়কঃ শাসকৰ শোষণ বঞ্চনাই বজাইছে সাধাৰণ লোকৰ মৃত্যুৰ ঘন্টা
Last Updated : Dec 17, 2020, 6:39 PM IST