কলিয়াবৰ, 9 এপ্ৰিল :ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোণা আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ কলিয়াবৰত পুনৰ দুজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷ ইয়াৰে এগৰাকী তিনিবছৰীয়া শিশু আৰু আন এগৰাকী ৭০ৰ উৰ্দ্ধৰ মহিলা বুলি জানিব পৰা গৈছে ৷
কলিয়াবৰত দুজন আক্ৰান্ত ক’ভিড-19 ত - কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাওঁৰ
ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোণা আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ কলিয়াবৰত পুনৰ দুজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷ ইয়াৰে এগৰাকী তিনিবছৰীয়া শিশু আৰু আন এগৰাকী ৭০ৰ উৰ্দ্ধৰ মহিলা বুলি জানিব পৰা গৈছে ৷
কলিয়াবৰত দুজন আক্ৰান্ত ক’ভিড-19 ত
দুয়োগৰাকী ক’ভিড আক্ৰান্ত ৰোগী কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱৰ ৷ শিলঘাট উপ-স্বাস্থ্য কেন্দ্ৰত ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰে এই সংক্ৰমণ । এই লৈ কলিয়াবৰত শেহতীয়াকৈ ক’ভিড সংক্ৰমিত ব্যক্তিৰ সংখ্য পাঁচ জনলৈ বৃদ্ধি পালে ।
লগতে পঢ়ক :জন্মু-কাশ্মীৰত নিহত পাঁচ সন্ত্ৰাসবাদী