যোৰহাট, 20 নবেম্বৰ : যোৰহাটৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুস্থিত হয় এখনি সাংগঠনিক সভা ৷ এই সভাতে বিজেপি দল ত্যাগ কৰি বহু কেইজন ব্যক্তিয়ে আনুস্থানিকভাৱে যোগ দান কৰে কংগ্ৰেছত ৷ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী সভাত উপস্থিত থাকি অহা পৌৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনলৈ কেনেদৰে আগবাঢ়িব লাগিব সেই বিষয়ে দলীয় কৰ্মীক উপদেশ দিয়ে ৷
বিজেপি এৰি কংগ্ৰেছলৈ যোৰহাটৰ একাংশ - bjp member
যোৰহাটত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান বহু জনৰ ৷ প্ৰতিজন কংগ্ৰেছ দললৈ অহা নৱাগতক ফুলাম গামোছা আৰু দলীয় পতাকাৰে আদৰণি জনায় ৷

twenty bjp member joined in congress at jorhat
Last Updated : Nov 20, 2020, 8:49 PM IST