টীয়ক,13 ডিচেম্বৰ: টীয়কত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ প্ৰাংগনত টীয়কৰ অন্যতম সমাজকৰ্মী পল্লবী গগৈ, ৰেৱত বৰুৱা, দিলীপ হাতীবৰুৱাক আহ্বায়ক হিচাপে লৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
টীয়কত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - টীয়কত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
টীয়কত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷ এই অনুষ্ঠানত উপস্থিত থাকে তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ ৷
![টীয়কত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি As_teok_tribute_to_Tarun_Gogoi_img_asc10027](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9864395-thumbnail-3x2-t.jpg)
টীয়কত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ ৰাণী নৰহকে আদি কৰি কেইবাগৰাকীয়ো জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপৰিও বিভিন্ন দল সংগঠনৰ লোক ৷ ইয়াৰ পিছতেই সৰ্বধৰ্মীয় প্ৰাৰ্থনা আগবঢ়াই তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷
লগতে পঢ়ক-কি ক'লে জিএছপিৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী ঘনশ্যাম দাসে ?