অসম

assam

ETV Bharat / state

তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত উতপ্ত পৰিস্থিতি

নিম্ন মানৰ খাদ্য যোগান ধৰাক লৈ উতপ্ত তিতাবৰ মহকুমাধিপতি কাৰ্যালয় ৷ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলে ঘেৰাও কৰিলে মহকুমাধিপতিৰ কাৰ্যালয় ।

তিতাবৰত উতপ্ত পৰিস্থিতি

By

Published : Apr 11, 2019, 4:49 PM IST

তিতাবৰ,11এপ্ৰিল: বৃহস্পতিবাৰে তিতাবৰ মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে একাংশ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীয়ে ৷ নিম্ন মানৰ খাদ্যসামগ্ৰী নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলক যোগান ধৰাৰ অভিযোগত এনেদৰে তিতাবৰ মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কৰে কৰ্মচাৰীসকলে ৷ যি সময়ত দেশৰ সাধাৰণ নিৰ্বাচনক লৈ কোটি কোটি টকাৰ আবণ্টন হয় থিক তেনে সময়তে তিতাবৰত হোৱা এই বিসংগতিত এতিয়া ক্ষুব্ধ নিৰ্বাচনৰ দায়িত্বত থকা পুলিং এজেন্ট, প্ৰিজাডিং অফিচাৰৰ লগতে দায়িত্বত থকা কৰ্মচাৰীসকল ৷

তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত উতপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details