অসম

assam

ETV Bharat / state

যোৰহাটত কাৰ্ফিউৰ সম্পূৰ্ণ প্ৰভাৱ - third phase lock down curfew at jorhat

সন্ধিয়া 6 বজাৰ পৰা কাৰ্ফিউ জাৰি কৰা হৈছে সমগ্ৰ দেশতে ৷ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ প্ৰথম দিনটোত ৰাজ্যখনৰ লগতে যোৰহাটতো দেখা পোৱা গ'ল কাৰ্ফিউৰ সম্পূৰ্ণ প্ৰভাৱ।

third phase lock down curfew at jorhat
যোৰহাটত পৰিছে কাৰ্ফিউৰ সম্পূৰ্ণ প্ৰভাৱ

By

Published : May 4, 2020, 8:17 PM IST

যোৰহাট,4 মে'ঃসন্ধিয়া ৬ বজাৰ লগে লগে সমগ্র ৰাজ্যখনৰ লগতে যোৰহাটতো দেখা পোৱা গ'ল কাৰ্ফিউৰ সম্পূৰ্ণ প্ৰভাৱ । দিনৰ ভাগত ৰাজপথত যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছিল যদিও বৰ্তমান সম্পূৰ্ণ বিপৰীত ছবি দেখা পোৱা গৈছে যোৰহাট জিলাত ৷

যোৰহাটত পৰিছে কাৰ্ফিউৰ সম্পূৰ্ণ প্ৰভাৱ
তৃতীয় পৰ্যায়ৰ এই লক্ ডাউনত সন্ধ্যা 6 বজাৰ পৰা প্ৰদান কৰা এই কাৰ্ফিউ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷

ABOUT THE AUTHOR

...view details