টীয়ক, 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো উত্তাল প্ৰতিবাদ ৷ উক্ত বিধেয়কখনৰ দ্বাৰা ৰাজ্যৰ ঐক্য আৰু সম্প্ৰীতি নিঃশেষ কৰাৰ প্ৰচেষ্টা বুলি ৰাইজে ব্যক্ত কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বুধবাৰে টীয়কৰ ৰাজপথত ওলাই আহে শ শ লোক ৷ ইয়াৰউপৰিও ৰাইজৰ লগত প্ৰায় ডেৰ শতাধিক যুৱকে মটৰচাইকেল ৰেলিৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
কেবৰ বিৰুদ্ধে টীয়কত উত্তাল প্ৰতিবাদ - Teok CAB protest news
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বুধবাৰে টীয়কৰ ৰাজপথত ওলাই আহে শ শ লোক ৷ ইয়াৰ উপৰিও ৰাইজৰ লগত প্ৰায় ডেৰ শতাধিক যুৱকে মটৰচাইকেল ৰেলিৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
![কেবৰ বিৰুদ্ধে টীয়কত উত্তাল প্ৰতিবাদ Teok public protest against CAB](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5336135-thumbnail-3x2-t.jpg)
কেবৰ বিৰুদ্ধে টীয়কত উত্তাল প্ৰতিবাদ