টীয়ক, 7 ডিচেম্বৰঃ টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ প্ৰৱেশ দ্বাৰত ওলমিল এখন ছুইচাইড নোট । দলীয় আনুগত্যৰ বাবে কেবৰ বিৰোধিতা কৰিব নোৱাৰি অনুতপ্ত ৰাজখোৱাই ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ছুইচাইড নোটৰ জৰিয়তে । লগতে বিজেপিৰ কলিয়াপানী মণ্ডল কাৰ্যালয়তো লগালে কাৰ্যালয় বন্ধৰ জাননী ৷
টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ ছুইচাইড নোট উদ্ধাৰ
দলীয় আনুগত্যৰ বাবে কেব বিৰোধিতা কৰিব নোৱাৰি অনুতপ্ত ৰাজখোৱাই ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ছুইচাইড নোটৰ জৰিয়তে ৷
টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ ছুইচাইদ ন'ট
দৰাচলতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী কোনো প্ৰতিবাদকাৰীয়ে শুকুৰবাৰে নিশা এনেদৰে বিধায়িকা গৰাকীৰ ঘৰত ছুইচাইড নোট আৰু বিজেপি কাৰ্যালয়ত কাৰ্যালয় বন্ধৰ জাননী লগাই কেবৰ বিৰোধ কৰে প্ৰতিবাদকাৰীয়ে ৷
আৰু পঢ়কঃ চিকিৎসালয়ত মৃত্যু উন্নাও কাণ্ডৰ দুৰ্ভগীয়া নিৰ্যাতিতাৰ