অসম

assam

ETV Bharat / state

টীয়কৰ এজন কৃতি ছাত্ৰৰ কথাৰে... - বিজ্ঞান শাখা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য লাভ কৰিবলৈ সক্ষম হয় টীয়কৰ বামুণপুখুৰীৰ ধ্ৰুৱজ্যোতি পাকবন্ধাই, ধ্ৰুৱই ৮৯.১৬%ৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়

টীয়কৰ এজন কৃতি ছাত্ৰ

By

Published : May 16, 2019, 3:56 PM IST

টীয়ক,১৬মে' : দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হয় টীয়কৰ বামুণপুখুৰীৰ ধ্ৰুৱজ্যোতি পাকবন্ধাই । বামুণপুখুৰী পাচনি গাঁৱৰ দিগন্ত পাকবন্ধা আৰু শিখা পাকবন্ধাৰ পুত্ৰ ধ্ৰুৱই ৮৯.১৬%ৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ধ্ৰুৱৰ পিতৃয়ে ক্ষুদ্ৰ ব্যৱসায়েৰে নিজ পৰিয়ালৰ লগতে ধ্ৰুৱক শিক্ষাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰিছিল। ভৱিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সফল চিকিৎসক হোৱাৰ সপোন ধ্ৰুৱৰ ৷ ছাত্ৰজনৰ এই সাফল্যত আনন্দিত অঞ্চলবাসীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী ।

টীয়কৰ এজন কৃতি ছাত্ৰ

ABOUT THE AUTHOR

...view details