টীয়ক,28 জুলাইঃ মঙলবাৰে সমগ্ৰ অসমৰ লগতে টীয়কৰ অসম ৰাজ্যিক পৰিবহনৰ আস্থানৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিজেপি হুচিয়াৰ, ৰাজ্য চৰকাৰ হুচিয়াৰ আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - টীয়কৰ অসম ৰাজ্যিক পৰিবহনৰ আস্থানৰ সন্মুখত
অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷
টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট
লগতে কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি প্ৰদান আৰু CAA বাতিল কৰিবলৈ দাবী জনাই ৷ অন্যথা ইয়াৰ প্ৰতিফল সমাগত ২১ ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে দিব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।
লগতে পঢ়কঃ লক ডাউনঃ ৬০ কিঃমিঃ চাইকেই চলাই জীৱন দান