অসম

assam

ETV Bharat / state

জাঁজীমুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ - kashob mahanta

গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে ৪ কোটি ৯০ লাখ প্ৰাককলন প্ৰস্তুত কৰাৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ

জাঁজীমুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ

By

Published : Aug 10, 2019, 3:12 AM IST

Updated : Aug 10, 2019, 3:57 AM IST

  • জাঁজীমুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ
  • ভুটভুটি নাৱত উঠি অঞ্চলটো পৰ্যবেক্ষণ কৰি খহনীয়াৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে
  • গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে ৪ কোটি ৯০ লাখ প্ৰাককলন প্ৰস্তুত কৰাৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ
  • জিঅ' বেগ আৰু পাৰকুপাইনৰ দ্বাৰা খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ মন্ত্ৰী কেশৱ মহন্তৰ
    জাঁজীমুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ
  • উল্লেখ্য যে, বৰমথাউৰি, শগুণপৰা, লুইতপৰীয়া আৰু ওপৰ শগুণপৰাৰ বিস্তীৰ্ণ অঞ্চল গৰাখহনীয়াৰ কৱলত পৰি ভৌগোলিক পৰিসীমা প্ৰায় সংকুচিত হৈ আহিছে
  • বিশেষকৈ প্লেটফৰ্মৰ পৰা ওপৰ শগুণপৰালৈ যাতায়তৰ একমাত্ৰ পথটো খহনীয়াৰ ফলত ক্ৰমাৎ জাহ যোৱাৰ পথত
  • মন্ত্ৰীগৰাকীৰ লগত বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপৰ জিলা সম্পাদক বিকাশ শইকীয়া উপৰি বিভাগটোৰ শীৰ্ষ বিষয়া উপস্থিত থাকে
Last Updated : Aug 10, 2019, 3:57 AM IST

ABOUT THE AUTHOR

...view details