টীয়ক কাণ্ডৰ অভিযুক্তৰ মুক্ত বিচৰণ: সৰৱ ৰূপজ্যোতি কুৰ্মী - অভিযুক্তৰ মুক্ত বিচৰণ
যোৱা 31 আগষ্টত সংঘটিত হোৱা চিকিৎসক দেবেন দত্তৰ হত্যাৰে জড়িতক শাস্তিৰ দাবীত তোলপাৰ লাগিছিল সমগ্ৰ ৰাজ্যত ৷

টীয়ক কাণ্ডৰ অভিযুক্তৰ মুক্ত বিচৰণ: সৰৱ ৰূপজ্যোতি কুৰ্মী
টীয়ক, 11 ছেপ্তেম্বৰ:
- টীয়ক কাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত তদন্তকাৰী বিষয়াৰ ভূমিকাত সন্দেহ প্ৰকাশ টীয়কবাসীৰ
- মুকলি আকাশৰ তলত হত্যাকাণ্ডৰ অভিযুক্ত বিজেপি কৰ্মী মুকুল ৰাজোৱাৰ দেবেন দত্তৰ হত্যাৰে জড়িত বিজেপি কৰ্মী মুকুল ৰাজোৱাৰ মুক্ত বিচৰণ: সৰৱ ৰূপজ্যোতি কুৰ্মী
- দেবেন দত্তক গণপ্ৰহাৰৰ প্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ যোৱা জীৱন কুৰ্মীক খেদি খেদি প্ৰহাৰ কৰিছিল মুকুলে
- ঘটনা সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া প্ৰকাশ
- শাসকীয় দলৰ বাবেই মুকলি আকাশৰ তলত মুকুল ৰাজোৱাৰ: ৰূপজ্যোতি কুৰ্মী