টীয়কঃ 3 ছেপ্তেম্বৰঃ
- ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত আৰু ১০ জনক আটক
- এই পৰ্যন্ত আটকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি
- তদন্তৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব মঙলবাৰৰ পৰা
- টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৫ ছেপ্টেম্বৰলৈকে তিনিদিন দিনৰ ১১ বজাৰ পৰা ২ বজালৈ গ্ৰহণ কৰিব শুনানি
- জিলা উপায়ুক্তৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্তই গ্ৰহণ কৰিব শুনানি
- ঘটনাৰে জড়িত থকাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা সকলৰ ভিতৰত আছে বলমা গাঁও পঞ্চায়তৰ বিজেপি দলৰ গাঁও পঞ্চায়ত এজন সদস্য ইয়াতেই হ'ব তদন্তৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া