অসম

assam

ETV Bharat / state

টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ - RECOVER

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে

টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : May 18, 2019, 11:23 AM IST

  • মেলেং কপাহধৰাৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ যুৱকৰ মৃতদেহ
  • নিশা দুৰ্ঘটনা পতিত হৈ মৃত্যু হোৱাৰ সন্দেহ
  • যুৱকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই
  • আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে
    টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details