যোৰহাট, 29মে' : যোৰহাট চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হৈছে ব্যৱহৃত পি পি ই কিট ৷ সন্দেহজনক পি পি ই কিটটো উদ্ধাৰ কৰা হৈছে ডাষ্টবিনত ৷ জানিব পৰা মতে, চহৰখনৰ সঞ্জীৱনী নাৰ্চিং হোমৰ সমীপত জাবৰ পেলোৱা এটা ডাষ্টবিনত উদ্ধাৰ কৰা হৈছে পি পি ই কিটটো ৷ বৰ্তমানেও জানিব পৰা হোৱা নাই উদ্ধাৰ কৰা পি পি ই কিটটো কৰ'ণাত আক্ৰান্ত ৰোগীৰ নে চিকিৎসা কৰ্মীৰ আৰু ক'ৰ পৰা আহিল কিটটো ? ইয়াকে লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যোৰহাট চহৰত ৷
যোৰহাটত উদ্ধাৰ সন্দেহজনক পি পি ই কিট - Suspected PPE KIT found at Jorhat
সন্দেহজনক পি পি ই কিটটো উদ্ধাৰ কৰা হৈছে ডাষ্টবিনত ৷ জানিব পৰা মতে, চহৰখনৰ সঞ্জীৱনী নাৰ্চিং হোমৰ সমীপত জাবৰ পেলোৱা এটা ডাষ্টবিনত উদ্ধাৰ কৰা হৈছে পি পি ই কিটটো ৷

যোৰহাটত উদ্ধাৰ সন্দেহজনক পি পি ই কিট