অসম

assam

ETV Bharat / state

যোৰহাটৰ বালিগাঁও ৰজাহাউলীত কৰায়ত্ব 4 জন অভিযুক্ত - গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰে 4 গৰাকী যুৱকক

গৰু চোৰ কৰাৰ অভিযোগত যোৰহাটৰ বালিগাঁও ৰজাহাউলী অঞ্চলত গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰে 4 গৰাকী যুৱকক ।

suspected cattle thief arrested in jorhat
suspected cattle thief arrested in jorhat

By

Published : Apr 9, 2020, 4:00 PM IST

যোৰহাট, 9 এপ্ৰিলঃ যোৰহাটৰ বালিগাঁও ৰজাহাউলী অঞ্চলত গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰে 4 গৰাকী যুৱকক । গৰু চোৰ কৰাৰ অভিযোগত যুৱক কেইজনক কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে । কৰায়ত্ব যুৱক কেইজনৰ ভিতৰত দুজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে বাকী দুজনৰ লগত গাঁওবাসীয়ে সোধ পোচ অব্যাহত ৰাখিছে । স্থানীয় লোকৰ পৰা জানিব পৰা মতে, অঞ্চলটোত পুৰণা বিক্ৰী ৰছিদ লৈ একাংশ বেপাৰীয়ে, গাঁৱৰ পৰা গৰু অনা ঘটনা আগতেও কেইবাবাৰো সংঘটিত হৈছে ।

যোৰহাটৰ বালিগাঁও ৰজাহাউলীত কৰায়ত্ব 4 জন অভিযুক্ত

ABOUT THE AUTHOR

...view details