অসম

assam

ETV Bharat / state

কাগজৰ ঠোঙা লৈ টীয়কৰ শিক্ষাৰ্থীয়ে কি কৰিলে - হাতে হাতে কাগজৰ ঠোঙালৈ টীয়কৰ ৰাজপথত এজাক শিক্ষাৰ্থী

টীয়কত একাংশ শিক্ষাৰ্থীৰ অভিনৱ পদক্ষেপ ৷ চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বিনামূলীয়াকৈ বিতৰণ কৰিলে নিজ হাতেৰে প্ৰস্তুত কৰা কাগজৰ ঠোঙা ৷

টীয়কৰ ৰাজপথত এজাক শিক্ষাৰ্থী

By

Published : May 5, 2019, 4:13 PM IST

টীয়ক, 5 মে' : দেওবাৰে স্কুলীয়া পোছাক পৰিধান কৰি হাতত কাগজৰ ঠোঙা লৈ টীয়ক চহৰত পিতপিতাই ফুৰিছে একাংশ শিক্ষাৰ্থী ৷ এক মহৎ উদ্দ্যেশ্য আগত লৈ চহৰখনৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে টীয়কৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় বেন গাৰ্ডেন হাইস্কুলৰ এইসকল শিক্ষাৰ্থী ৷ চহৰৰখনৰ দোকান অৰ্থাৎ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ গৈ বিনামূলীয়াকৈ বিলাইছে কাগজৰ ঠোঙা ৷ নিজ হাতেৰেই প্ৰায় 5000 কাগজৰ ঠোঙা নিৰ্মাণ কৰি দোকানে দোকানে বিতৰণৰ দ্বাৰা প্লাষ্টিক বৰ্জনৰ এক অভিনৱ প্ৰচাৰ চলাইছে ছাত্ৰ-ছাত্ৰীসকলে ....

টীয়কৰ ৰাজপথত এজাক শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details