অসম

assam

যোৰহাটৰ ঐতিহাসিক গৰখীয়া দৌলত তিনিদিনীয়াকৈ পালন শিৱৰাত্ৰী

By

Published : Feb 22, 2020, 1:11 PM IST

যোৰহাটত আহোম ৰাজত্বকালৰ পৰা শিৱৰাত্ৰী পূজা অনুষ্ঠিত হয় গৰখীয়া দৌলত ৷ ঐতিহাসিক ধৰ্মস্থলীখনত এইবাৰ তিনিদিনীয়াকৈ পালন কৰা হয় মহা শিৱৰাত্ৰী ৷

JORHAT SHIVRATRI CELEBRATION
শিৱৰাত্ৰি পালন

যোৰহাট,22 ফেব্ৰুৱাৰীঃ যোৰহাটৰ ঐতিহাসিক গৰখীয়া দৌলত আড়ম্বৰপূৰ্ণভাৱে পালন‌‌ কৰা হয় মহা শিৱৰাত্ৰী ৷ আহোম স্বৰ্গদেউ ৰূদ্ৰসিংহৰ সময়ৰ পৰা চলি অহা ঐতিহাসিক গৰখীয়া দৌলত তিনিদিনীয়াকৈ পালন কৰা হয় মহা শিৱৰাত্ৰী ৷ শিৱৰাত্ৰীৰ অন্তিম দিনত ভক্তৰ ব্যাপক ভীৰ দেখা পোৱা যায় ৷ সমগ্র ৰাজ্যৰ লগতে যোৰহাটতো বিভিন্ন দৌল,মন্দিৰত পালন কৰা হয় মহা শিৱৰাত্ৰীৰ ৷

শিৱৰাত্ৰি পালন

ABOUT THE AUTHOR

...view details