অসম

assam

ETV Bharat / state

তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু - জাপানীজ এনকেফেলাইটিছ

অসম নাগালেণ্ড সীমান্তৱৰ্তী ভেলৌগুৰি গাঁৱত জাপানীছ এনকেফেলাইটিছত আক্ৰান্ত এটি চাৰি বছৰীয়া শিশু৷ স্বাস্থ্য বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ

তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু

By

Published : Jul 22, 2019, 8:52 AM IST

তিতাবৰ, 22 জুলাইঃতিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এটি চাৰি বছৰীয়া শিশু৷ ঘটনা সংঘটিত হৈছে তিতাবৰ মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৱৰ্তী ভেলৌগুৰি গাঁৱত । ৰঞ্জিত দাৰিং আৰু অমিয়া দাৰিঙৰ এক মাত্ৰ সন্তান কৃষ্ণা দাৰিং এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি হৈ আছে৷ স্বাস্থ্য বিভাগৰ ফালৰ পৰা সীমান্তৱৰ্তী গাঁওসমূহত কোনো ধৰণৰ স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত নকৰাৰ অভিযোগ অঞ্চলটোৰ স্থানীয় ৰাইজৰ৷

তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু

ABOUT THE AUTHOR

...view details