যোৰহাট, 27 জানুৱাৰী : যোৰহাটত বুধবাৰে অনুষ্ঠিত হয় স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান ৷ যোৰহাট জিলা পুথি ভঁৰালত আয়োজন কৰা এক অনুষ্ঠানত ৭৪৫০ জন হিতাধিকাৰীক প্ৰদান কৰা হয় স্বয়ম আঁচনিৰ চেক ৷ এই চেক প্ৰদান অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকি হিতাধিকাৰী সকলক প্ৰদান কৰে চেকসমূহ ৷ উক্ত চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীও ৷
যোৰহাটত স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান - shayam_achoni
যোৰহাট জিলা পুথি ভঁৰালত স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান ৷ ৭৪৫০ জন হিতাধিকাৰীক প্ৰদান কৰা হয় স্বয়ম আঁচনিৰ চেক ৷
![যোৰহাটত স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান shayam-achoni-distribution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10397768-thumbnail-3x2-jorhat.jpg)
যোৰহাটত স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান
যোৰহাটত স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান
উল্লেখ্য যে, অসমৰ শিক্ষিত যুৱক-যুৱতীৰে গঠিত আত্মসহায়ক গোট সমূহৰ বাবে চৰকাৰে হাতত লোৱা এই স্বয়ম আঁচনিৰ জৰিয়তে গোটৰ প্ৰতি গৰাকী সদস্যই ৫০ হাজাৰকৈ ধন লাভ কৰিব ।
লগতে পঢ়ক: উজনি সোৱণশিৰিত চীনাৰ আগ্ৰাসনক অগ্ৰাহ্য কৰিলে মহন্ত পাংগিঙে