অসম

assam

ETV Bharat / state

যোৰহাটত চেনিটাইজেশ্বন প্ৰক্ৰিয়া সম্পন্ন

বৃহস্পতিবাৰে যোৰহাটত সম্পন্ন হয় চেনিটাইজেশ্বন প্ৰক্ৰিয়া ৷ গড়আলি, নিৰ্মল চাৰিআলি, ৰূপহী আলিৰ লগতে সমগ্ৰ যোৰহাটত পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ জিলা প্ৰশাসনে চেনিটাইজ কৰে ৷

By

Published : May 14, 2021, 1:11 PM IST

senitisation-process-at-jorhat
যোৰহাটত চেনিটাইজেশ্বন প্ৰক্ৰিয়া

যোৰহাট,14 মে’ :কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে যোৰহাটত সম্পন্ন কৰা হৈছে চেনিটাইজেশ্বন প্ৰক্ৰিয়া ৷ নতুন ক’ভিড প্ৰট’কল মানি এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

যোৰহাটত চেনিটাইজেশ্বন প্ৰক্ৰিয়া

ইয়াৰ পৰিপ্ৰেক্ষিতত যোৰহাট পৌৰসভাৰ উদ্যোগত কৰ্মচাৰীসকলে গড়আলি, নিৰ্মল চাৰিআলি, ৰূপহী আলিৰ লগতে সমগ্ৰ যোৰহাটত পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ চেনিটাইজ কৰা পৰিলক্ষিত হয় ৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে পৌৰসভাৰ অন্তৰ্গত 19 টাকৈ ৱাৰ্ডটো ছেনিটাইজেশ্বন কৰা হয় ৷

লগতে পঢ়ক :ডিমা হাছাওত পুনৰ এজন কৰ'ণা আক্ৰান্তৰ মৃত্যু

ABOUT THE AUTHOR

...view details