যোৰহাট, 4 মে' : যোৰহাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ নৱ ৰাভা নামৰ এজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিধায়কজনে ৷ কংগ্ৰেছ নেত্রী চোনিয়া গান্ধীৰ বিষয়ে ফেচবুকত অশ্লীল ভাষাৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে ৷
ফেচবুকত ছোনিয়া গান্ধীক সমালোচনাঃ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিলে গোচৰ !
ফেচবুকত ছোনিয়া গান্ধীক সমালোচনা কৰি ফেচবুকত অশ্লীল পোষ্ট ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তৰিলে গোচৰ ৷
rupjyoti kuri file fir against
অসমৰ বাহিৰৰ এগৰাকী যুৱতীয়ে অতি অশ্লীল ভাষাৰে সমালোচনা কৰিছিল ছোনিয়া গান্ধীক ৷ উক্ত প'ষ্টটো ডাউনলোড কৰি নিজৰ ফেচবুক একাউন্টত যুৱকজনে প্ৰচাৰ কৰাৰ অভিযোগ মৰিয়নীৰ বিধায়কজনৰ ৷ এগৰাকী বিধৱা মহিলা বিৰুদ্ধে এনে মন্তব্য প্ৰদান কৰাক লৈ ক্ষুব্ধ হৈ পৰে বিধায়ক কুৰ্মী ৷
লগতে পঢ়ক :চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও বচাব নোৱাৰিলে সন্তানক
Last Updated : May 5, 2020, 7:32 PM IST