তিতাবৰ ৰঙাজানত মাছ ধৰিবলৈ গৈ যুৱকৰ মৃত্যু - তিতাবৰ ৰঙাজানত মাছ ধৰিবলৈ গৈ যুৱকৰ মৃত্যু
সোমবাৰে তিতাবৰ ৰঙাজানত মাছ ধৰিবলৈ গৈ মৃত্যু হ'ল এজন যুৱকৰ । যুৱকজন ৰুবুল দাস বুলি জানিব পৰা গৈছে ।

ৰঙাজানত মাছ ধৰিবলৈ গৈ যুৱকৰ মৃত্যু
তিতাবৰ, 13 জানুৱাৰী:মাঘৰ বিহুৰ উৰুকাৰ প্ৰাকমুহূৰ্তত তিতাবৰত সংঘটিত হৈছে অঘটন । সোমবাৰে তিতাবৰ ৰঙাজানত মাছ ধৰিবলৈ গৈ মৃত্যু হয় এজন যুৱকৰ । যুৱকজনৰ নাম ৰুবুল দাস বুলি জানিব পৰা গৈছে । NDRF য়ে বৰ্তমানলৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও তিতাবৰ মহকুমা প্ৰশাসনৰ সৈতে NDRF য়ে যুৱকজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে, সুৰাসক্ত অৱস্থাত মাছ ধৰিবলৈ অহাৰ ফলত এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷
ৰঙাজানত মাছ ধৰিবলৈ গৈ যুৱকৰ মৃত্যু