ETV Bharat / state
Rhinos roam free: ঢেকীয়াখোৱাত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় ৰাইজ - আতংকিত স্থানীয় ৰাইজ
টীয়কৰ পথাৰত দুটা প্ৰাপ্তবয়ষ্ক গঁড়ৰ বিচৰণ (Rhinos roam free) ৷ জনাঞ্চলৰ কাষতে পুৱাৰে পৰা গঁড় দুটাই বিচৰণ কৰি থকাত অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷
গঁড়ৰ মুক্ত বিচৰণj ফলত আতংকিত ঢেকীয়াখোৱাবাসী
By
Published : Dec 30, 2022, 10:54 AM IST
| Updated : Dec 30, 2022, 12:13 PM IST
গঁড়ৰ মুক্ত বিচৰণj ফলত আতংকিত ঢেকীয়াখোৱাবাসী - টীয়কৰ ঢেকীয়াখোৱাৰ তিননিকুৰীয়া পথাৰত দুটা প্ৰাপ্তবয়ষ্ক গঁড়ৰ বিচৰণ(Rhinoceros roam free at Dhekiakhowa)
- পুৱাৰে পৰা গঁড় দুটাই বিচৰণ কৰিছে অঞ্চলটোত
- জনাঞ্চলৰ কাষতে থকা পথাৰতগঁড়ৰ বিচৰণত আতংকিত হৈছে অঞ্চলবাসী
- জনাঞ্চললৈ ওলাই অহা গঁড় দুটা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে
- ইতিমধ্যে ঘটনাস্থলীত উপস্থিত যোৰহাট বন বিভাগৰ দল(Jorhat Forest Department)
- বন বিভাগৰ দলটোৱে গঁড় দুটাক অভয়াৰণ্যলৈ উভতাই পথাবৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা
- গঁড় দুটাৰ মাজৰে এটা সোমালেগৈ তিনিকুৰীয়া হাবিত
- আনটো গঁড় মুকলি পথাৰত ঘুৰি ফুৰা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে অঞ্চলবাসী
Last Updated : Dec 30, 2022, 12:13 PM IST