অসম

assam

ETV Bharat / state

JB College ragging incident: জগন্নাথ বৰুৱাৰ মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িতৰ বিৰুদ্ধে শাস্তি ঘোষণা এন্টি ৰেগিঙ কমিটিৰ - JB College in Jorhat

যোৰহাটৰ জে বি কলেজৰ ৰেগিং কাণ্ডৰে জড়িত ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ শাস্তি ঘোষণা (Jagannath Barooah College) ৷ ছৈয়দ আব্দুল মালিক ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী অংকুৰ চাউদাঙক ছাত্ৰাবাসত আজীৱন প্ৰৱেশ নিষেধ (JB College ragging incident) ৷

Anti ragging committee announced punishment for ragging incident of JB College
যোৰহাট জগন্নাথ বৰুৱাৰ মহাবিদ্যালয়ৰ ৰেগিঙকাণ্ডত শাস্তি ঘোষণা এন্টি ৰেগিঙ কমিটিৰ

By

Published : Dec 20, 2022, 10:41 PM IST

  • যোৰহাটৰ জে বি কলেজৰ ৰেগিং কাণ্ডৰ লগত জড়িত ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ শাস্তি ঘোষণা (Jagannath Barooah College)
  • ছৈয়দ আব্দুল মালিক ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী অংকুৰ চাউদাঙক হোষ্টেলত আজীৱন প্ৰৱেশ নিষেধ (JB College ragging incident)
  • জিন্টু ছেত্ৰী, বিশাল ৰংপি, বিক্ৰমাদিত্য বৰা আৰু আকাশ জ্যোতি শইকীয়াক ছাত্ৰাবাসৰৰ পৰা বহিষ্কাৰ (Expulsion from hostel)
  • লগতে বিক্ৰমাদিত্য বৰাৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদ খাৰিজ (Anti ragging committee announced punishment)
  • চুমিত ৰায় নামৰ ছাত্ৰজনৰো ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদ খাৰিজ
  • অভিযুক্ত অন্য তিনিজনৰ বিৰুদ্ধে প্ৰমাণ পোৱা নগল যদিও তেওলোকক সতৰ্কবাণী প্ৰদান
  • প্ৰণৱজ্যোতি চেতিয়া নামৰ ভুক্তভোগী ছাত্ৰজনে উল্লেখিত ছাত্ৰকেইজনৰ বিৰুদ্ধে ৰেগিং কাণ্ডৰে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল
  • ইয়াৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষই ৰেগিং কাণ্ডৰে জড়িত থকাসকলৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত দাখিল কৰিছিল এজাহাৰ

ABOUT THE AUTHOR

...view details