অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰাজ্য চৰকাৰক শান্তিত থাকিবলৈ নিদিয়ে বুলি মন্তব্য় কৰে প্ৰতিবাদকাৰীয়ে

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

By

Published : Feb 9, 2019, 3:44 PM IST

যোৰহাট,৯ ফেব্ৰুৱাৰীঃ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাই যৌথ ভাৱে ক'লা পতাকা উৰুৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰাজ্য চৰকাৰক শান্তিত থাকিবলৈ নিদিয়ে বুলি মন্তব্য় কৰে প্ৰতিবাদকাৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমণক তীব্ৰ বিৰোধিতা কৰে জাতীয় সংগঠন কেইটাই।

ABOUT THE AUTHOR

...view details