যোৰহাট, ১১জুনঃৰাজ্যত দিনক দিনে কাঠফুলাৰ দৰে বৃদ্ধি পায় অহা নিউজ পৰ্টেলৰ অধিকাংশৰে নাই কোনো চৰকাৰী নথি প্ৰত্র। সমান্তৰাল ভাৱে তেওঁলোকে কোনো ধৰনৰ নীতি নিয়ম পালন নকৰাকৈয়ে চ'ছিয়েল মাধ্যম যোগে প্ৰচাৰ কৰে বাতৰি,যাৰ ফলত বহু ক্ষেত্ৰত সমাজত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে ।
যোৰহাটত নিউজ পৰ্টেলৰ বিৰুদ্ধে এজাহাৰ - চ'ছাইটি ফৰ চ'ছিয়েল চিকিউৰিটি এন্ড এমপাৱাৰমেন্ট
অসমত দিনক দিনে বৃদ্ধি পোৱা নিউজ পৰ্টেলে আতংকিত কৰি তুলিছে সমগ্ৰ সমাজ ব্যৱস্থাক চিন্তিত হৈ পৰিছে সচেতন মহল ।
যোৰহাটত নিউজ পৰ্টেলৰ বিৰুদ্ধে গোছৰ