যোৰহাট, 19 ফেব্ৰুৱাৰী :যোৰহাট জিলাবাসীয়ে আজিৰে পৰা লাভ কৰিব শোধিত ব্ৰহ্মপুত্ৰৰ পানী ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি যোৰহাট জিলাৰ বৃহৎ পানী যোগান আঁচনিৰ শুভাৰম্ভণি কৰিলে যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷
যোৰহাট জিলাৰ বৃহৎ পানী যোগান আঁচনিৰ শুবাৰম্ভ কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে - pressmeet
যোৰহাট জিলাবাসীয়ে আজিৰে পৰা লাভ কৰিব শোধিত ব্ৰহ্মপুত্ৰৰ পানী ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি যোৰহাট জিলাৰ বৃহৎ পানী যোগান আঁচনিৰ শুভাৰম্ভণি কৰিলে যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷
যোৰহাট জিলাৰ বৃহৎ পানী যোগান আঁচনিৰ শুবাৰম্ভ কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে
সাংবাদিকক সম্বোধন কৰি গোস্বামীয়ে কয়, এই আঁচনিখনে যোৰহাট ,টীয়ক, তিতাবৰ, দেৰগাঁৱৰ ৰাইজক সামৰিব ল'ব ৷ সংবাদমেলত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জে কৰাতিৰ লগতে জনস্বাস্থ্য বিভাগৰ উচ্চ পদস্থ অভিযন্তা ৷
লগতে পঢ়ক: ৰাইজক টেঙা আম খোৱাই বিজেপিয়ে 100+ ৰ লক্ষ্য বান্ধিছে !