অসম

assam

ETV Bharat / state

যোৰহাটত সংঘটিত হ'ব পাৰে ভয়ংকৰ বিপদ

সদাব্যস্ত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সন্মুখত থকা ৰে'লৱে ফাটকত নাই এজনো সুৰক্ষা কৰ্মী ৷ ৰে'ল আহিলে কোনোধৰণৰ আগজাননী দিবলৈ তথা সুৰক্ষা প্ৰদান কৰিবলৈ নাই ৰে'ল বিভাগৰ এজনো কৰ্মচাৰী ৷

By

Published : Apr 13, 2019, 12:12 AM IST

যোৰহাট জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়

যোৰহাট, 12 এপ্ৰিলঃ ৰে'ল বিভাগ তথা জিলা পৰিবহন বিষয়াৰ অমনোযোগিতাৰ বাবেই ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে যোৰহাটবাসী ৷ কিয়নো সদাব্যস্ত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সন্মুখত থকা ৰে'লৱে ফাটকত নাই এজনো সুৰক্ষা কৰ্মী ৷ ৰেটল আহিলে কোনোধৰণৰ আগজাননী দিবলৈ তথা সুৰক্ষা প্ৰদান কৰিবলৈ নাই ৰে'ল বিভাগৰ এজনো কৰ্মচাৰী ৷ যাৰ বাবে বহুকেইজন লোক দুৰ্ঘটনাৰ সন্মুখীনো হ'বলগীয়া হৈছে ৷

যোৰহাট জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details